পৃষ্ঠা:ধৰম গিত.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিধানৰ আগ্যা

তালৈ কিয় কৰোঁ মতি?
 সি মোৰ সমান ধনি নাই;
য়িচুৰ বাক্যত জাৰে ধন,
তাৰ নাই একো প্ৰয়োজন।  ন. ব.

The Ten Commandments.
Morning Light. 7, 6.

মোৰ আগতে নে থাকোক
 তোমাৰ আন দেৱতা;
অচেতন কোনো মুৰ্তি
 সেৱা ন কৰিবা।

অকাৰনত ন লবা
 তোমাৰ ইস্বৰৰ নাম;
পবিত্ৰ দিন সুঁঅৰি
 তাত কৰিবা বিস্ৰাম।

মান কৰি পিত্ৰি মাত্ৰিক
 সমাদৰ ৰাখিবা;
জিৱাত্মা থকা মানুহ
 তাক বধ ন কৰিবা।