পৃষ্ঠা:ধৰম গিত.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
স্বৰগ আৰু নকৰ পথ।

৮৯

The broad and narrow Way.
Greenville. 8, 7.

জি দুআৰে জি বাটে দি
 সৰ্বনাসলৈ পোনাই,
সেই বাট সুন্দৰ বহল চিকন,
 ভালেমান সেই পোনে জাই;
মৰি জাব সকল পাপি,
 থাকিব নৰ্কত সোমাই।

কিন্তু জি দুআৰ জি বাটে
 অমৰ হবলৈকে জাই,
দুৰ্গম দুআৰ, বাটো বৰ চেপ,
 তালৈ জোআ তাকৰ পাই;
কিন্তু পীচে মৰি গলে
 পাব স্বৰ্গত সুখৰ ঠাই।

খ্ৰিষ্টিৰ পুৰ্বে স্ৰজন কৰ্তাই
 কৰি নিয়ম দায়ামই,
পাপে নৰক, পুন্যে স্বৰগ,
 সেই ৰুপ মৰি গতি হই;