পৃষ্ঠা:ধৰম গিত.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
স্বৰগ আৰু নকৰ পথ।

সেসত ইম্বৰ তনইক পঠাই
 কৰি মহা পাপৰ খই।

এই নিমিতে আস্ৰই কৰা
 মহা প্ৰাচিত বলি দান;
আঁহা চাপি, দিচে জাচি,
 লোআ কৰি প্ৰভুক মনি;
দায়া কৰি খ্ৰিষ্টে নিব,
 দিব স্বৰ্গত সুখৰ থান।   ব. দ.

৯০

The two Ways and two Ends.
Forest. L. M.

নৰকৰ বাট অতি বহল,
সেই পোনে জাই পাপি সকল;
দুষ্ট নৰে নি বিচাৰে,
সদাই সেই নৰকে পৰে।

জি অতি সুন্দৰ নিৰ্মল থান,
তাক পাপি বিচাৰ কৰা টান;
তালৈ জোআ বাট ঠেক অতি,
জি লোক জাই তাৰ উতম গতি।