পৃষ্ঠা:ধৰম গিত.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
ধৰমি অধৰমিৰ দুই গতি।

৮৭

The Righteous and the Wicked.
Peterborough. C. M.

জি জনৰ মন থাকে সঘন
 খ্ৰিষ্টৰ চৰন ধৰি,
ভক্তিৰ আসই থাকে সদাই,
 প্ৰভুৰ ওচৰ ফুৰি।

আসই সুধ হই, আসিৰ্বাদ পাই,
 গুচিব অন্তৰ ভই;
সি কৰে প্ৰেম তাৰ প্ৰভুৰ নাম,
 তেঁওতে ভাৰসা লৈ।

পাপ খণ্ডা জাই, জাতনা নাই,
 পৰিখাত হব জই;
জেতিয়া মৰে, দুখ পাহৰে,
 থাকি আনন্দমই।

কিন্তু জেয়ে পাপ আচৰে,
 প্ৰভু হই তাৰ বিৰোধ;
নৰ্কত পেলাই, সাস্তি ভুঞ্জাই,
 সদা হব তেঁওৰ ক্ৰোধ।  ন, ল,