পৃষ্ঠা:ধৰম গিত.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
ধৰমৰ জুধ।

মৰ্ত্য লোকৰ মুখ জি চাই,
প্ৰভুৰ নামত লাজ জি পাই,
ৰনৰ কালত জি লুকাই,
 সি লগ লৈ নাহোক;
এৰি পিত্ৰি ভাই ককাই।
চোকা ৰন জি থেদি জাই,
মৰনলৈ জাৰ ভই নাই,
 অমাৰ লগ সি লওক।

8

বলা, সেনা, হব ত্ৰান,
হেলা কৰা ভুত চইতান,
হেলা কৰা অগ্নি বান,
 হেলা কৰা দুখ;
জয়ৰ মুকুট কৰা মান,
পাবা তাক পবিত্ৰ থান,
গাই অনন্ত স্তুতি গান,
 ভাগি প্ৰভুৰ সুখ।  ন.ব.

চ ৪