পৃষ্ঠা:ধৰম গিত.djvu/১০৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
ধৰমৰ জুধ।

মৰ্ত্য লোকৰ মুখ জি চাই,
প্ৰভুৰ নামত লাজ জি পাই,
ৰনৰ কালত জি লুকাই,
 সি লগ লৈ নাহোক;
এৰি পিত্ৰি ভাই ককাই।
চোকা ৰন জি থেদি জাই,
মৰনলৈ জাৰ ভই নাই,
 অমাৰ লগ সি লওক।

8

বলা, সেনা, হব ত্ৰান,
হেলা কৰা ভুত চইতান,
হেলা কৰা অগ্নি বান,
 হেলা কৰা দুখ;
জয়ৰ মুকুট কৰা মান,
পাবা তাক পবিত্ৰ থান,
গাই অনন্ত স্তুতি গান,
 ভাগি প্ৰভুৰ সুখ।  ন.ব.

চ ৪