পৃষ্ঠা:ধৰম গিত.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
ধৰমৰ জুধ।

৮৬

The spiritual War.
Wallnce. 7, 5.

চিওন পৰ্বতৰ ওপৰ
সেনাপতি নাথ অমৰ
মাতি আচে ৰনুআ নৰ,
 জুধত জাৰ অসিই;
বিগুল সুনা, সুন্দৰ স্বৰ,
নিচান দেখা, সৈন্য ইস্বৰ,
চাপি আহে লোক বিস্তৰ,
 অস্ত্ৰ সস্ত্ৰ লৈ।

আঁহা, আঁহা, পাপৰ দাস,
কৰি মুক্তি হবৰ আস,
সত্ৰু সকল কৰা নাস,
 প্ৰভু চলাই ৰন;
তেঁও মৈদামত কৰি বাস
মৰনৰ গুচালে ত্ৰাস,
সৰ্ব মহিমা হৈ প্ৰকাস
 উঠিল সিংহাসন।