পৃষ্ঠা:ধৰম গিত.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
মন থিৰ কৰা।

তাত দৰ্সন পাম য়িচু,
তাত দৰ্সন পাম য়িচু,
তাত দৰ্সন পাম য়িচু ২ য়িচু,
সেই ওপৰৰ পৰম থান।

তাত গাম প্ৰভুৰ স্তুতি,
তাত গাম প্ৰভুৰ স্তুতি,
তাত গাম প্ৰভুৰ স্তুতি ২ স্তুতি,
সেই ওপৰৰ পৰম খান।  ন. ব.

৮৫

Exhortation to Steadfastness.
Drooping Souls. 1, 5.

য়িচুৰ চৰন নেৰিবা,
 সদাই আমাৰ মন;
পাপৰ উধাৰ কৰোঁতা
 য়িচু আমাৰ ধন।

তেঁওৰ অনিমা প্ৰাচিতত
 পাপৰ খেমা পাম,
স্বৰুপ বিস্বাস কৰিলে
 প্ৰভুৰ ঠাইলৈ জাম।  ব.দ.

চ ৩