পৃষ্ঠা:ধৰম গিত.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
মনক থিৰ কৰা।

৮৪

“We'll try to be faithful."
Resolve. 6, 7.

আমি কৰিম জতন,
আমি কৰিম জতন,
আমি কৰিম জতন ২ জতন,
নে পাঁও মানে প্ৰভুৰ থান।

বিস্বাসি হৈ থাকিম,
বিস্বাসি হৈ থাকিম,
বিস্বাসি হৈ থাকিম ২ থাকিম,
নে পাঁও মানে প্ৰভুৰ থান।

তাতে ন হম পাপি,
তাতে ন হম পাপি,
তাতে ন হম পাপি ২ পাপি,
সেই ওপৰৰ পৰম থান।

8

তাত নাই আৰু ক্ৰন্দন,
তাত নাই আৰু ক্ৰন্দন,
তাত নাই আৰু ক্ৰন্দন ২ ক্ৰন্দন,
সেই ওপৰৰ পৰম থান।