পৃষ্ঠা:ধৰম গিত.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
মনক চেতন দিয়া।

 আপোন অসিমা প্ৰেম,
 অমুল্য তেজ দেখাই;
সেই তেজ অসংখ্যা পাপ মোচন,
চিটান কৰে কৰুনাসন।

 

 তেঁওৰ জি পাঁচোটা ঘা
 পাইচিল গুল্‌গুল্‌তা থান,
 নিবেদে প্ৰাৰ্থনা
 সেই সকল মোৰ নিদান,
বোলে সদাই, খেমোক, খেমোক,
এই পাপি লোকৰ নিস্তাৰ হওক।

 

 পুত্ৰৰ সেই নিবেদন
 তাত পিত্ৰি সন্তোস পাই,
 ন কৰে নিবাৰন,
 তেঁওৰ প্ৰিয় জনক চাই;
পো বুলি ইস্বৰ মোক হেন লই,
তেজ আৰু আত্মাই সাথি হই।

 

তেঁওৰ সুনোঁ ক্ৰিপৰি মাত,
মোৰ সহিত ইস্বৰ মিল,