পৃষ্ঠা:ধৰম গিত.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
মনক চেতন দিয়া।

 মোক লৈচে তেঁও কোলাত,
 সকলো ভই গুচিল;
সহি পাই তেঁওত কৰি দ্ৰিঢ বিস্বাস,
হে আবা পিত্ৰি, বোলোঁ দাস।   ন.ব

৮২

The Soul encouraged to trust in Christ.
Harwich. 5, 11.

 হেৰৈ আমাৰ মন,
 য়িচু মহাজন,
কি দেখি কৰিচা নৰকে গমন?
 সেই জে প্ৰভুৰ নাম
 সকলতো কাম,
প্ৰভুৰ নাম লৈ সবে কৰিবা বিস্ৰাম।

 য়িচু আমাৰ ধন
 পাপ কৰে চন,
খ্ৰিষ্টৰ নামে সকল পাপৰ মাৰে কন;
সত্য অৱতাৰ
নামত কৰা সাৰ,
য়িচু কৰিব সকল পাপৰ উধাৰ।
 ব. প.