পৃষ্ঠা:ধনন্তৰী বধ.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ধনী ব। শুনিয়া পদ্মাৰ বাণী | পা নাগে বলে পুনি | শুন। মাও আমাৰ উত্তৰ। ডাক দিয়া আনা নাগ শীঘ্ৰে আহোক তোমাৰ আগ | আন সৰ্প আনহ সত্বৰ।। মহাপদ্ম মহাশঙ্খ উৎপল কেউটিয়াৰ বংশ ব্ৰহ্মমুখ আৰ হৰ জাল। নাৰায়ণ দেবে কয়। | সুকৰি বল্লভ হয় নাগগণ চলিলা সকল। দিহা- অ আৰে গঙ্গা হৰ তাৰিণী। মোকে দয়া কৰা নাৰায়ণী। নেতা বোলে শুনা বৈনী আমাৰ বচন। ডাক দিয়া আনা বৈনী যত গগণ। ছয় পুত্ৰ খাইক কহ গমন। তবে চন্দ্ৰধৰে পূজা কৰে সৰ্ব্বক্ষণ। নেতাৰ বচনে পদ্মা হষিত হৈয়া। নাগক স্মৰণ কৰে দুৱাৰ মাৰিয়া। পদ্মা নাগ মহাপদ্ম আৰু ব্ৰহ্মকাল। কাল পাও দুই নাগ আৰু উদয় কাল। অনন্তু তক্ষক তাৰ শিৰে শোভে মণি। নাগ বাসুকী আৰু নাগশিৰোমণি। গুইয়া গোখুৰ নাগ চলে ধৃতৰাষ্ট্ৰ। ১৯n e== = = = = "