এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট—(ক)
বৰ্ণানুক্ৰমে গীতৰ সূচি
| গীতৰ আদি শাৰী | পৃষ্ঠা | |
| ১৷ | অকূল সাগৰে কাণ্ডাৰী বৰ্জ্জিত | ৭৬ |
| ২। | অ’ জীউ মায়াশালত বন্দী | ৭৭ |
| ৩৷ | অ’ ভৰালী অ’ | ৬২ |
| ৪৷ | অন্তগিৰিৰ শিখৰতে | ৫০ |
| ৫৷ | অস্তাচলত কৰুণ কান্তি | ৮১ |
| ৬৷ | আকৌ ঘূৰি মৰা সুতিত | ২২ |
| ৭৷ | আজিনো গধূলি মনে মোৰ | ৫৪ |
| ৮৷ | আজি মোৰ ঘৰত থল নাই | ৬১ |
| ৯৷ | আজিহে উমান পালোঁ। | ৭০ |
| ১০৷ | আনন্দে মোৰ পূৰ্ণ গৃহ | ৩৯ |
| ১১। | আপোন মনে গোৱা কি গীত | ৫৩ |
| ১২৷ | আলহীৰ দয়া বিচাৰি | ১১ |
| ১৩৷ | আৱ আৱ নৱযুগ প্ৰয়াসী | ৮ |
| ১৪৷ | উঠা উঠা শক্তি | ২৩ |
| ১৫৷ | এইনে সপোন, এইনে ভুল | ৭৩ |
| ১৬৷ | এই বাৰিষা দুপৰ নিশা | ৫১ |
| ১৭৷ | এই সন্ধিয়া কলৈ বন্ধু | ৭৯ |
| ১৮৷ | এৰি দিয়া, এৰি দিয়া, | ৫২ |
| ১৯৷ | এ শিৱ সুন্দৰ সনাতন | ২৪ |