এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট
| গীতৰ আদি শাৰী | পৃষ্ঠা | |
| ২০। | ওপছে পৰাণপাৰ | ৪১ |
| ২১। | কলৈ আনিলা নাথ চলেৰে ভুলাই | ৭৪ |
| ২২৷ | কালিন্দীৰ পাৰতে ৰূপৰ পিয়াহতে | ৪৯ |
| ২৩৷ | কি পিয়াহত সাৰ পালা | ৫৭ |
| ২৪৷ | গৰ্জ্জি আছিল সপ্ত সিন্ধু | ৪৭ |
| ২৫৷ | ঘাটত বহি ৰলোঁ মাথো শোভাকেহে চাই | ৩৬ |
| ২৬৷ | চকু থাকি অন্ধ হলি | ২০ |
| ২৭৷ | চিত্ত শুদ্ধি কৰ | ১৪ |
| ২৮৷ | চিৰ তৰুণ জলধি যাত্ৰী | ৩৫ |
| ২৯৷ | জয় জয় জাগ্ৰত জগত জীৱন | ২ |
| ৩০। | জাগ জাগ বনুৱা চহা দুখীয়া | ১২ |
| ৩১৷ | জিৰণিৰ এয়েনে পৰ | ২১ |
| ৩২৷ | জীৱন মৰণ পণ | ১০ |
| ৩৩৷ | জেৰেঙা পথাৰ, জেৰেঙা পথাৰ | ৩১ |
| ৩৪৷ | তেজিলেও নৰ কায়া | ৮৩ |
| ৩৫৷ | তোমাকতো ভাবিবৰ সুচল নাপাওঁ | ৬৫ |
| ৩৬৷ | তোমাৰ ফুলনিৰ সুগন্ধি ফুলেৰে | ৪৩ |
| ৩৭৷ | তোৰে বুকুৰ জলা জুইয়ে | ১৯ |
| ৩৮৷ | তোল পতাকা তোল | ১ |
| ৩৯৷ | দুখৰে উপৰি দুখ | ৬৪ |
| ৪০৷ | ধৰ্ম্ম ভূমি, কৰ্ম্ম ভূমি, পূণ্য ভূমি | ৬ |
| ৪১৷ | নন্দৰ নন্দনে বংশী বজায় | ৮৪ |
| ৪২৷ | নমো কামৰূপ অসমা | ৪ |
| ৪৩৷ | নিকুঞ্জ বনত বাছি বাছি গাথিলোঁ | ৪০ |