এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সূচী-পত্ৰ
(বৰ্ণমালা অনুসাৰে গীতৰ ক্ৰম শেষত (ক) পৰিশিষ্টত দেখুৱা হৈছে।)
| গীতৰ আদি শাৰী | ৰচনাৰ কাল | পৃষ্ঠা |
| তোল পতাকা তোল | আহাৰ, ১৮৫৩ শক | ১ |
| জয় জয় জাগ্ৰত জগত জীৱন | আঘোণ, ১৮৪৮ শক | ২ |
| সাদৰোঁ সমৱেত সেৱক শুভাগত | পুহ, ১৮৪৮ শক | ৩ |
| নমো কামৰূপা অসমা | আঘোণ, ১৮৫৭ শক | ৪ |
| স্বাগত স্বাগত ভক্ত সমাগত | আহিন, ১৮৪৮ শক | ৫ |
| ধৰ্ম্মভূমি কৰ্মভূমি পূণ্যভূমি হিন্দুস্থান | শাওন, ১৮৪৩ শক | ৬ |
| বিশ্ব ভূৱন জাগে | আহাৰ, ১৮৫২ শক | ৭ |
| আৱ আৱ নৱ-যুগ প্ৰয়াসী | আঘোণ, ১৮৫২ শক | ৮ |
| মনাই অ' মোৰ | আঘোণ, ১৮৪৪ শক | ৯ |
| জীৱন-মৰণ পণ | আহিন, ১৮৫৫ শক | ১০ |
| আলহীৰ দয়া বিচাৰি | জেঠ, ১৮৫৩ শক | ১১ |
| জাগ জাগ বনুৱা চহা দুখীয়া | চত, ১৮৫২ শক | ১২ |
| পছিম ফালে কলা মলা | বহাগ, ১৮৫৩ শক | ১৩ |
| চিত্ত শুদ্ধি কৰ | বহাগ, ১৮৫২ এক | ১৪ |
| হোজা চহৰ বৃত্তি ললি | মাঘ ১৮৫৫ শক | ১৫ |
| মূৰ্ত্তিমান সত্য প্ৰকট জ্যোতিৰ্ম্মাণ | আহিন, ১৮৫৫ শক | ১৬ |
| সমানে হ থিয় | পুহ, ১৮৫৫ শক | ১৭ |
| শুন বধিৰ গুৰু গম্ভীৰ | আহিন, ১৮৫৫ শক | ১৮ |
| তোৰে বুকুৰ জ্বলা জুয়ে | ফাগুন, ১৮৫১ শক | ১৯ |