এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৹
| গীতৰ আদি শাৰী | ৰচনাৰ কাল | পৃষ্ঠা |
| চকু থাকি অন্ধ হলি | আঘোণ, ১৮৫৭ শক | ২০ |
| জিৰণিৰ এয়েনে পৰ | কাতি, ১৮৫৩ শক | ২১ |
| আকৌ ঘূৰি মৰা সুঁতিত | মাঘ, ১৮৫৫ শক | ২২ |
| উঠা উঠা শক্তি হৃদয় উজাৰি | ভাদ, ১৮৪৩ শক | ২৩ |
| এ শিৱ সুন্দৰ সনাতন | মাঘ, ১৮৫৫ শক | ২৪ |
| বজোৱা দুন্দুভি ৰণ ভেৰি | ফাগুন, ১৮৩৭ শক | ২৫ |
| বাল্যকালৰ বন্ধু তুমি | ভাদ, ১৮৪৪ শক | ২৬ |
| শৰাই শিল, শৰাই ঘাট | আহিন, ১৮৫০ শক | ২৭ |
| পানিপথ, পানিপথ! | ভাদ, ১৮৪৪ শক | ২৮ |
| প্ৰান্তবাসী হে যোগীবৰ! | চ’ত, ১৮৩৭ শক | ২৯ |
| মহগড়, মহগড়! | আহাৰ, ১৮৫২ শক | ৩০ |
| জেৰেঙা পথাৰ | কাতি, ১৮৪৮ শক | ৩১ |
| সন্ধ্যা কান্তা ললিতা | আহাৰ,১৮৪৯ শক | ৩২ |
| সোৱণ শিৰীৰ শুৱনি পাৰ | বহাগ,১৮৫১ শক | ৩৩ |
| বিষাণ দৈ বিষাণ দৈ | আহিন,১৮৫০ শক | ৩৪ |
| চিৰ তৰুণ জলধি-যাত্ৰী | শাওণ,১৮৫৭ শক | ৩৫ |
| ঘাটত বহি ৰলোঁ মাথো | আহাৰ,১৮৩৯ শক | ৩৬ |
| মোৰ জীৱনৰ ব্যৰ্থতা | আহাৰ,১৮৫৩ শক | ৩৭ |
| মন্দিৰ জিনি, অন্তৰ জিনি | শাওণ,১৮৪৫ শক | ৩৮ |
| আনন্দে মোৰ পূৰ্ণ গৃহ | ভাদ,১৮৫০ শক | ৩৯ |
| নিকুঞ্জ বনত বাছি বাছি গাথিলো | ভাদ,১৮৪৮ শক | ৪০ |
| ওপছে পৰাণ পাৰ | ভাদ,১৮৫১ শক | ৪১ |