এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৴৹
| গীতৰ আদি শাৰী | ৰচনাৰ কাল | পৃষ্ঠা |
| মন্দিৰে মোৰ দীপাৱলী | ভাদ, ১৮৫১ শক | ৪২ |
| তোমাৰ ফুলনিৰ সুগন্ধী ফুলেৰে | কাতি, ১৮৪০ শক | ৪৩ |
| বঞ্চনা নকৰা যাদু | কাতি, ১৮৫৫ শক | ৪৪ |
| নীলাকাশৰ বিশাল বুকুত | আহিন, ১৮৪৮ শক | ৪৫ |
| মোৰে মন বলিয়া | মাঘ, ১৮৫৫ শক | ৪৬ |
| গৰ্জ্জি আছিল সপ্ত সিন্ধু | আহিন, ১৮৪৯ শক | ৪৭ |
| হেৰ মাজ নিশাৰ বৰাগী | শাওণ, ১৮৩৭ শক | ৪৮ |
| কালিন্দীৰ পাৰতে ৰূপৰ পিয়াহতে | চ’ত, ১৮৫৫ শক | ৪৯ |
| অস্ত গিৰিৰ শিখৰতে | জেঠ, ১৮৫৫ শক | ৫০ |
| এই বাৰিষা দুপৰ নিশা | শাওণ, ১৮৫৮ শক | ৫১ |
| এৰি দিয়া, এৰি দিয়া, | আঘোণ, ১৮৫০ শক | ৫২ |
| আপোন মনে গোৱা কি গীত | বহাগ, ১৮৪২ শক | ৫৩ |
| আজিনো গধুলি মনে মোৰ কেনিবা গল | পুহ, ১৮৫৫ শক | ৫৪ |
| সৰগত জুৰিলোঁ সুৰ | আহিন, ১৮৪৮ শক | ৫৫ |
| বাটে ঘূৰণীয়া, পৰ্ব্বত শিলনীয়া | মাঘ, ১৮৫৭ শক | ৫৬ |
| কি পিয়াহত সাৰ পালা | আহিন, ১৮৫৬ শক | ৫৭ |
| লুইতৰ পাৰতে, পৰ্ব্বতৰ আঁৰতে | কাতি, ১৮৫৪ শক | ৫৮ |
| হে সুন্দৰ, হে সুধী! | আঘোণ, ১৮৫০ শক | ৫৯ |
| বহুদিনৰ প্ৰিয় সখি | পুহ, ১৮৫৬ শক | ৬০ |
| আজি মোৰ ঘৰত থল নাই | আহাৰ, ১৮৫৩ শক | ৬১ |
| অ’ ভৰালী অ’! | জেঠ, ১৮৪১ শক | ৬২ |
| ভোকত পলাল ভগৱান | আঘোণ, ১৮৫৮ শক | ৬৩ |