এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট
প্ৰতিধ্বনি পুথিত প্ৰকাশ হোৱা গীত :—
| পৃষ্ঠা- গীতৰ আদি শাৰী | কত গোৱা হৈছিল | ||
| ৭৭ জনম ভূমি মাতৃ তুমি | ••• | ১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত | |
| ৭৯ চিৰযুগে হাঁহিমুখে | ••• | কামৰূপ মহিলা সমিতিৰ প্ৰথম জয়মতী উৎসৱত | |
| ৮০ জননী জনমভূমিৰ ভক্ত | ••• | ১৯১৯ চনৰ অসম মুছলিম ছাত্ৰ সম্মিলনত | |
| ৮১ গীতিগন্ধ স্নেহে ভৰা | ••• | ১৯২৬ চনৰ অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত | |
| ৮৩ অসমা নিৰুপমা জননী | ••• | গ্ৰামোফনৰ বাবে ৰেকৰ্ড কৰিছে | |
| ৮৬ গৌৰৱ-বাহিনী পুণ্য প্ৰবাহিনী | ••• | ১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত | |
| ৮৮ পৰশি তোমাৰ কমল পাৱ | ••• | ১৯২৬ চনৰ ধুবুৰী সাহিত্য সভাৰ আৰু কংগ্ৰেছ মহাসভাৰ গুৱাহাটী অধিবেশনত | |
| ৯০ গহীন গিৰি উপত্যকাৰ | ••• | ১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত |