পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিশিষ্ট—(খ)


 এই পুথিত, আৰু ৰচকৰ পূৰ্ব্ব প্ৰকাশিত গীতৰ পুথি “প্ৰতিধ্বনি’’ত থকা কিছুমান গীত মাজে সময়ে নানা উপলক্ষত গোৱা হৈছিল; তাৰে কেইটিমানৰ পৰিচয় তলত দিয়া হল।

(১) প্ৰতিধ্বনি পুথিত প্ৰকাশ হোৱা গীত :—

পৃষ্ঠা - গীতৰ আদি শাৰী কত গোৱা হৈছিল
১ চেনেহী মোৰ মাতৃভাষা ... ১৯২৪ চনৰ অসম সাহিত্য

সভাৰ গুৱাহাটী অধিবেশন

১৪ জলক লাগে লুইতৰ পাৰ ... গ্ৰামোফোনৰ বাবে

ৰেকৰ্ড কৰা হৈছে

৬০ মাৰিবি বঠা মাৰিবি ডাৰ... ব্যায়াম শিক্ষাত

গোৱাবলৈ দিয়া হৈছিল

৬৯ বাটত বহি হাত সাৱটি... ১৯৩২ চনৰ অসম ছাত্ৰ

সন্মিলনৰ গুৱাহাটী অধিবেশনত

৭৪ মাৰ যোৱা নাই এতিয়াও... লাচিত উৎসৱত
৭৫ মিলিছো হৰষে নবীন গৰবে... ১৯১৯ চনৰ অসম

মুছলিম ছাত্ৰ সম্মিলনত

৭৬ কাহানি খন, আই কাহানি খন... আসাম এছোছিয়েচনৰ

১৯৩৫ চনৰ
গুৱাহাটী অধিবেশনত
(বৰ্ত্তমানে ৰেকৰ্ড কৰা হৈছে)