পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিশিষ্ট

পৃষ্ঠা গীতৰ আদি শাৰী...  কত গোৱা হৈছিল
৯১  আগত আজিতৱ অতিথি অভিনৱ... ১৯২৬ চনৰ কংগ্ৰেছ মহাসভাত
৯২  হৰ্ষে উৰ্দ্ধে উৰ নিশান ... জাতীয় পতাকাঅভিবাদনত

 (২) দেৱধ্বনি পুথিত প্ৰকাশ হোৱা গীতঃ—

 তোল পতাকা তোল ... জাতীয় পতাকা তোলা উৎসৱত
 জয় জয় জাগ্ৰত জগত জীৱন ... ১৯৩৫ চনৰ আসাম এছেছিয়েছনত
 সাদৰোঁ সমৱেত সেৱক শুভাগত ... ১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত
  নমো কামৰূপা অসমা ... ১৯৩৫ চনৰ কংগ্ৰেছ জুবিলী উৎসৱত গুৱাহাটীত
  স্বাগত স্বাগত ভক্ত সমাগত ... ১৯২৬ চণৰ কংগ্ৰেছ মহাসভাত
১৭  সমানে হ থিয় ... ১৯৩৭ চনত মধ্য কাৰূমপ কৃষক সন্মিলনত
২৭  শৰাই শিল, শৰাই ঘাট ... লাছিত উৎসৱত
৩১  জেৰেঙা পথাৰ ... গুৱাহাটী মহিলা সভাৰ জয়মতী উৎসৱত
৩২  আনন্দে মোৰ পূৰ্ণ গৃহ ... কামৰূপ মহিলা.. সমিতিৰ বাৎসৰিক উৎসৱত