পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২) ৰে দূৰত ৰূপন কৰিলে। আৰু সকলােকে এই সম্বোধন কৰি কলে-“মই অন্তিম সময়ই কথা ভাগৱত ওনি পৰম তৃপ্তি লাভ কৰিলোঁ; তােমালােকৰ ওচৰত মই যি তৃপ্তিকৰ খাদ্য খুজিছিলে। সি অন্য পার্থিব খাদ্য নহয়। তােমালােকে বৃথা পৰিশ্ৰম কৰি লাৰু, fort যদি পার্থিব খাদ্য সংগ্ৰহ কৰি লৈ আহিছিল। সংসার বৈৰাগী লোেকর পক্ষে অন্তিম কালত কোনাে পার্থিব বই তৃপ্তি কাৰক হব নােৱৰে। এই সময়ত যি বস্তু পান কৰি লােকসকল তৃপ্তি হব পাৰে তাকতটুৱে মােক আৰু তােমালােকক পান কৰি কনলে। যাক ওন সকলে। বােগী পৰম তৃপ্তি লাভ কৰি তৰ সাগৰৰপৰা মুক্ত ৰ পাৰে, যি ভাগৱত শীও বৈষ্ণৱসকলৰ একত্র পৰম ধন, জ্ঞানী অজ্ঞানী সকলােৱে সেই সময় শাৰ ৰ পাৰ পৰাকৈ শুইদেৱে তাক কথা ফুলে যাওনি কৰি শুনালে। মােৰ এতিয়া অন্তিম সময়; গতিকে তােমালােকৰ মাজত, মােৰ প্রতিনিধি স্বৰূপে ভট্টদেৱক বানি। পি। তেও পাটী সত্ৰই থ- কাৰী শাৰ ধৰ্মৰহঁকে উপদেশ দি। মোৰ যাতে লােৱে তেওঁৰপ্ৰতি অল্প বৈ যােৰ তুল্য এ, পালন কৰি। আজিৰপৰা অষ্টদের অধিকাৰীৰ ; কৰিৰ, আৰু ধরে গতৰ কাম কৰিব।