পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৬) গুণাগুণ পরীক্ষা নিয়ৰ মনেৰে তেওঁ শিল- সকললৈ আৰু আত্মীয় স্বজনসকললৈ চিঠি দিয়ে। চিতি এইদৰে হেনো অনুৰােধ কৰিছিল- লােকে যেন উপাদেয় সুখাদ্য সংগ্রহ কৰি লৈ আহি তেওঁক ভােজন কৰাই অন্তিম কালত তৃপ্তি দি যায়হি। এই অনুৰােধ ৰাষ্ট হোৱাৰ পিচত দেশ বিদেশৰপৰ ভকত, শিষ্য আৰু অত্মীয় স্বজনসলে কচি অনুসারে লাৰু, পিঠা আদি নানা প্রকাৰ তৃপ্তিকাৰক সুখাদ্য সংগ্র কৰি লৈ গুৰুৰ সমীপত উপস্থিত হয় গৈ। সকলােৰে এইদৰে সুখাদ্য লৈ যােৱা শুনি গুৰুদেৱ তেওঁলােক এটাইকে মাতি নি এৰ কৰি লৈ, তেওঁলোকৰ সঙ্গ হীত খাদ্যবােৰ আনিবলৈ কলে। এই কথাত সক লােৱে অগ্রহাত হৈ আপােন অপােন জোলোঙাৰপৰা সুখাদ্যৰ টোপােলা উলিয়াই গুক ভেটিলে। কিন্তু এইদেৱে খাদ্যৰ টোপােলাৰ পৰিবৰ্তে বাদ ভাগৱতৰ সৰ বাঢ়ি চাৰিটি শ্লোকেৰে এখনি সংক্ষেপ ভাগৱত ৰচনা কৰি নিছিল ; গুৰুৰ মতে তে তাকে জেলিলে। পিত করে পাই, টমেয় লিখি নিয়া গ পায় ৩াবলৈ দিলে। তেওঁ টিলও গুৰ শুনি এনবিলাকৰ পাদেয় বস্তুতকৈ ভট্টদেৱৰ কন্তু অতিশয় সােৱল বুক কৈ নিজৰ গলৰপৰা স্বকীয় মাল উন্মােচন কৰি