পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তৃতীয় অঙ্ক। প্ৰথম দৰ্শন ।—কৈলাস। (fশৱ আৰু সতী উপবিষ্ট।) শৱ ।“সতী, বাৰে বাৰে কিন্তু মোৰ অনুমতি খুজিছা। মনিমাতি ৈ যজ্ঞলৈ যোৱাটো কেতিয়াও প্রশংসণীয় নহয়। সতী।–হে প্ৰাণনাথ, জীয়েকে মাক বাপেকৰ ঘৰলৈ আনিমন্ত্ৰিত ৫ৈ যোৱাত একো অপমান নাই । ।—কা-স্বৰূপে পিতৃ ঘৰত অবস্থিতি-কালত মাক বাপেকৰ অৱ কথাত জীয়েকৰ অপমান হব নোৱাৰে। কিন্তু যেতিয়া তেওঁ ৰিবাস্থিতা হয়, তেতিয়া স্বামী গৃহহে তেওঁৰ বখাৰ্থ ঘৰ হয় পিতৃ

মাতৃ মিতিৰ কুটুমৰ সাৰিত গণ্য হয়।

"তী।–হে স্বামী, যদিও কঠাৰ এনে অৱস্থাখৰ ঘটে, তথাপি মাক বাপেকৰ মানত তেওঁ সেই পূৰ্বৰ মৰমৰ কন্যা। }।–চোৰীচোন, স্বামী অাৰু তিৰোতা সকলো বিষয়তে অতির। মোৰ অপমান অাক তোমাৰ জপমান ইয়ো একে কথা। তিৰোতা স্বামীৰ মুখ হুঃখানুবৰ্ধিনী। —কিয় তুমি মোৰ হৃদয়ৰ বৈপৰীত্য আচৰণ কৰিব খুন্সিছা ? –হে যিকালঙ্ক, মোৰ বাই দেওহঁত সকলোটি যজ্ঞলৈ গৈছে । মই যাবলৈ নেপালে মোৰ মনত যেনে ভাবোহ সি হব, তাক আপুনি অৱতে নানিছে। এাণনাথ, গাগিনীক যাবলৈ গড়