পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ-যাত্ৰী সেউজীয়া পাত নদীত আহিল বান। ভূঁইৰ মাজত শ্যামল শোভন ধান॥ ভিজা গছ পাত নাই সৰগৰ ধৰাৰ কোমল ভাৱ। হালি জালি ৰ'ল প্ৰথমে গৰ্জ্জন বোকা আলিবাট, প্ৰকাশে জুৰ স্বভাৱ॥ ৰৈ আছে এনে আৰু সেউজীয়৷ মাত ভয়ঙ্কৰ খঙৰ পাছত জুৰ। পাছত বৰ্ষণ সুন্দৰ জগত পূৰ॥ স্বভাৱৰ গুণে