পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

ওপৰত ঘন কড় কড় কড় পৰ্ব্বতৰ দৰে সঘনে বিজুলী খেলে। নাৱৰ মাজত টিং বগা বগা হৈ ঢৌউৰ কোবত শিল বৰষুণ যেন বা প্ৰলয় মিলে পানী সিচি সিচি দেখোঁতে দেখোঁতে খলকি উঠিছে নই। মেঘৰ গাজন হৰিক চিন্তিছে ঘনে নতুন ৰঙেৰে বতাহ বৰষুণৰ। দল দোপ, দোপ, অলপ আগতে বৰ ওখ ওখ বৰগম মাত মহা ভয় মনে মনে। বহি নাৱৰীয়া তৎ বুদ্ধি নাই ক্ৰমাত পৰিল ওৰ॥ এতিয়৷ এৰূপ লৈ। কমিল শব্দ মেঘৰ গাজন এৰূপ আছিল ওলাল পৃথিৱী তীৰ্থ-যাত্ৰী আকৌ শোভিতা হৈ॥