পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ-যাত্ৰী লগে লগে পানী দেখোতে দেখোতে দীঘল ধৰীয়া 9114/8. বতাহত নুই পৰে বৰ বৰ টোপে॥ দেখোতে দেখোতে গছ বতাহৰ ক’ত বেৰ ফুটে বৰ বৰ গছ ঘৰ মেট মেট বতাহে পেলালে আগ টুপ টাপ কৈ বৰষুণে ল’লে লাগ॥ কত কত ঘৰ কপহুৱ৷ শিল পৰে লেঠাৰি নিছিগা হুৰ হুৰ, হুৰ, কোনো কোনো গছ কেচ৷ পকা গুটি সৰে॥ ঠন ঠন ঠন ক’ত গছে গছে ওপৰে হো হো হো মাত। বেৰ চট্‌ চট্ ছিগি যায় ডাল পাত॥ হালি পৰে গছ দেখোঁতে লাগিছে ভয়। হয় মহাত্ৰাস থিয়দি থাকিল কোনোবা পৰিল জয়॥ ব’ল লঠ৷ মুঠ৷ হৈ॥ ভাগি ছিগি গ'ল কত চৰাই বাহ লৈ। বেৰ চাল নাই 12291 00