পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

নিজম আকাশ মাজে মাজে আহে ধুমুহা ধুঁৱলি কুঁৱলী ধৰা পশ্চিমৰ ফালে চক্‌ মক্‌ কৰি বৰ বৰ গছ বাটৰুৱা গৈ উটি ক'ৰবাৰ পৰা, দূৰ ক'ৰবাত পক্ষী উৰি উৰি সোণালী বিজুলি নাচে। বৰগছলৈ যায় চেঁচা বা এছাটি এই নাই এই আছে। গৰু ঘোঁৰা যায় ভয়ত নিতাল প্ৰায়, ঘোৰ নীলিমাত দেখোঁতে দেখোতে পলাই আশ্ৰয় লয়, নিজম জগত হাঁহি লৰ মাৰে সংসাৰ বিয়পি ভয়। দেখোতে দেখোতে চেচা ছাটি বয় ঘনে, নিঠৰ নীৰৱ মুকলিৰপৰা শবদ ওচৰ চাপে। গৃহস্থ ঘৰত নিজ ঘৰলৈ প্ৰৱল বতাহ কিহবাই মাতে শুনে সবে ভীত মনে। শুনোতে শুনোতে