পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ-যাত্ৰী আগত বহুত বাট শিক্ষাও অসীম তাৰ বাবে ভয় পৰিহৰি এষাৰ-দুষাৰকৈ পঢ়ি পঢ়ি যোৱা আন ভাৱ সকলো পাহৰি লাহে-লাহে আগবাঢ়া কৰি মন ডাঠ আধাৰুৱা এষাৰো নেৰিব। তোমাৰ অধীন আজি বহু পুথি-পাঁজি সময়ত আপুনি দেখিবা। ৩৩.