পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

অৰ্থ-যাত্ৰী কতোবা বইছে নই নিজৰণী বাগিচা শুৱাই পাৰে পাৰে মানুহৰ বয় নৈ সম্পদ বিলাই, মৰতীয়া চকু মোৰ বিশ্ব জুৰি লীলা ভূমি কুল কুল কুল কি বুজিম কি সৌন্দৰ্য্য তাব ৰ'দত তপত খোলা কেনেনো কোমল প্ৰভা সুন্দৰ নগৰ জ্যোতিৰ্ম্ময় বিশ্ব বিধাতাৰ॥ চৰ্ম্ম আবৰণ হে ঈশ্বৰ, ধন্য শক্তি অনন্ত যুগীয়া শোভে কিবা ৰূপহী জোনাই তোমাৰ প্ৰেমৰ চিন দগ্ধ ধৰণীত হাঁহি হাঁহি মিটি মিটি চায়। লাখে লাখে তৰা অসীম তোমাৰ ধন্য প্ৰভু তোমাৰ সি প্ৰেম অনন্ত জগত প্ৰেমময় তোমাৰে সম্পদ। OS