পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

কুমলীয়৷ ৰন পাত প্ৰকৃতিৰ বাগিচা মানুহৰ যতনৰ কোনে৷ কালে মানুহৰ গজি আহে জুৰি হাবিয়নী। তৰহে তৰহে ৰুৱে তথাপিও কেনেনে৷ শুৱনী ওপৰ টিঙৰপৰা ক্ষুদ্ৰ অতি মানুহৰ কত ফুল ফুলি থাকে তাত। যত পাৰে ধুনকে কিন্তু হায় ক’ত সেই নানা বৰণৰ ফুল পাত সুদূৰ পৰ্ব্বত শ্ৰেণী শ্যাম বৰণীয়া ফলে ফুলে সুশোভিত যত ফুলবাৰী॥ নাপায় যতন আয়ু লৈ লক্ষ বছৰৰ যেন কোনো সুনিপুণ শাৰী শাৰীকৈ বননিত যিটি দেখা যায়॥ ভৈয়ামৰ দাঁতিলৈ লগায়। অলপ বুধিৰে মোহন জেউতি আছে থিয় হৈ বিৰিখেৰে ভৰা কলেৱৰ। তৰুলতা মুকুলৰ ৰুই দিছে সৰু-বৰকৈ। গছ শ্ৰেণী আছে তললৈ থাক পাতি পাতি বিশ্ব কৰ্মীয়ে কাষৰৰ হাবিয়নী লাহে লাহে আহিছে ঘনাই