পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

যি ঘৰত তই ৰজাৰ প্ৰাসাদো ঘৰ শুৱনীয়৷ সি ঘৰ এন্ধাৰময়। তোৰ চেনেহত নিদিয়হি দেখা তোৰ অবিহনে মৰিশালী যেন হয়॥ আলসুৱ| ফুলকলি তয়ে ‘প্ৰেমৰ পুতলি’॥ হিয়৷ জুৰণিয়৷ বিশ্ব প্ৰেমময় তীৰ্থ-যাত্ৰী