পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

কত পালি তই ৰিবৰিব কৰি তোৰ সি হাঁহিত তোৰ সি হাঁহিৰ মৰতত কিবা ঘোৰ নিঠুৰৰ এনে সুকোমল হাঁহি স্বৰগৰ জোন তৰা তোৰ সি হাঁহিৰ শিশুৰ হাঁহি হাঁহি পেল| মন মুহি। ঘোৰ সন্তাপতো ধৰা জেউতিৰে ভৰা। বকি বকি থাকি তোৰ আধা ফুটা জগত আমোল-মোল আ দোনাবাই সেই হে জোনৰে ৰূপহী মইনা, ফুটি উঠে ফুল তোৰ সি হাঁহিৰ তুল। সুৰভি সঞ্চাৰে জেউতীক লৈ আছে যিবা হয় হাঁহিৰ লহৰি তাত। কৰি যায় হিয়া শাত। মোহিনী ঔষধ মাত তোৰ সেই মাতে আ দোনাবাই তয়ে৷ একণিকা শুনি হাঁহে তোৰ মাত॥