পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

te গাঁতৰ মাজৰপৰা নিগনিয়ে শুনি সিংহৰ ভীষণ আৰ্ত্তনাদ ভাবিলে মনত কোনে৷ বিপদ মুখত নিশ্চয় পৰিছে পশুৰাজ। লাহে লাহে সাৱধানে চাপিল কাষৰ দেখিলেহি সিংহৰ দুৰ্গতি উঠি সি ডোলৰ জাল লৰালৰিকৈ পেলালে সকলো বান্ধ কুটি। বান্ধৰ মুকলি হৈ সিংহে প্ৰশংসিলে পূৰ্ব্ব কথা সুঁৱৰি মনত পূৰ্ব্বৰ দুৰ্ব্বাক্য হেতু ক্ষম৷ ভিক্ষা কৰি হয়ে৷ সখি হ’ল সিথলত। অতএব কোনো কালে কাকে৷ কেতিয়াও নিঘিণাবা নিঃকিন বুলি ডাঙৰেও প্ৰাণ পায় নীচ সহায়ত অতী-যাত্ৰী নিৰুপায় যেতিয়৷ সমূলি।