পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

শিশুৰ প্ৰথম বেজাৰ [ Child's First Grief কবিতাৰ ভাঙনি ] ওলোটাই আনা বসন্ত আহিছে ধেমালিৰ বেলি হ’ল পাখিলাটি উৰে শুৰুষৰ কিৰণত ভাইটি-কেনিবা গ'ল। নেলাগে নধৰে। কত যতনেৰে গুটিৰ ভৰত ভাইটিক মোৰ ভাইটিনো আছে ক’ত? ফুল-ফলে ভৰা কেলেই মাতিছা জিলিকায় পাখি সিয়ো বনৰীয়া হ'ল যেয়ে য’তে যায় খেদি খেদি তাক হাঁহে৷ হাঁহো কৰা কলে। দুয়ে৷ ফুল ভাইটিনো ক’ত ৰ'ল? ওলমিছে দ্ৰাক্ষা আহিব নোৱাৰে তেওঁ ৰূপহী সোণাই ফিৰি নাহে কেতিয়াও। সেই থললৈ শুৱনী সি মুখ মৃত্যুৱে কৰিলে আঁৰ