পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ-যাত্ৰী তোমাৰ উদয় ছাগে নৌহওঁতেই নানান পখীয়ে গীত নৌ গাওঁতেই ঘৰুৱাৰ ঘৰে ঘৰে বোৱাৰী-জীয়াৰীবোৰে কৰিছিল সমাপন ঘৰুৱা যি বন পানী অনা, ঘৰ মচা, গুৰুৰ সেৱন। দেখিতো আহিছোঁ দেৱ মোৰ জন্মঠাই এই কিৰণকে৷ তাতে আহিছ৷ বিলাই newsworth লাগে সি দেশৰ মাজ পুৱা দুপৰীয়া সাঁজ এইদৰে সি দেশতো শেষে অস্ত যোৱা সি দেশত কি দেখিল৷ কোৱ। মোক কোৱা দেখিলানে সি দেশত নৈৰ দাঁতিত মোৰ নিজ পঁজা ঘৰ গছেৰে বেষ্টিত আগত ফুলৰ বাৰী ফুল গছ শাৰী শাৰী গোলাপ, টগৰ, জুঁই, মালতী, শেৱালী এজুৰি উমলি থকা ল'ৰা-ছোৱালী। দেখিলানে সি ঘৰত বৃদ্ধ একজন বিষাদেৰে পূৰ্ণ মুখ চিন্তাত মগন আৰ্ত্তভাৱে নাৰায়ণে হুমৰিছে ঘনে ঘনে