পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ-যাত্ৰী (9) প্ৰিয়তম কম কি দুখৰে কথা বিৰহ বেদন৷ অসীম যাতনা অসীম মৰম বেথা। প্ৰাণ মন সঁপি দিলো কান্দি ৰাতি-দিন হ'ল জ্যোতিহীন Ive চকুৰে নেদেখা হলে। প্ৰিয়তম কিনো নিদাৰুণ হ’লা। বাট চাই চাই দিন কাটি যায় কেনেকৈ আঁতৰি ব'লা G