পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

38 প্ৰিয় কানু! আমি যে নিছল৷ অতি নেজানো ভকতি আমি শিশুমতি তুমি জগতৰ পতি প্ৰিয় বান্ধৱ। ক্ষুদ্ৰ আমাৰ প্ৰাণ তযু চৰণত সঁপি দিলে। সখা লোৱাঁ প্ৰভু লোৱাঁ দান। তীৰ্থ-যাত্ৰী