পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

% (৬) মায়াৰে মোহিত চেতনা জীৱ যাতনা কত ভুগিছা হে সেই শান্ত সৌম্য সুন্দৰ বিভু কিয় নভজ| মিছাতে জনম নিয়াল দুদিনীয়৷ দেহ৷ সামাজিক যেন চাওঁতে চাওঁতে ঢুকাব ধুনীয়া শৰীৰ ৰূপৰ মাধুৰী ছয়াময়৷ কৈ লুকাব কৰ জীৱ তুমি কিয় আহিছিল৷ কোনে থ’লে ভাবি চোৱাহে মায়াৰ বান্ধোন সোলোকাই থৈ হৰি নাম গোঁৱা মুখেৰে। মনৰ এন্ধাৰ পোহৰাই লৈ থাকা জীৱ থাকা সুখেৰে তেন্তে তত্ত্বজ্ঞান পাবা হিয়াত তীৰ্থযাত্ৰী তৰিবা সংসাৰ অচিৰে। PERS