পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

(৩) আহিল৷ যেতিয়৷ মোহন আলহী মধুৰ মাধুৰী বিলাই সুৱল৷ মাতেৰে মাতি সুখৰ সপোন পাতি প্ৰেম জুই প্ৰাণত জ্বলাই হিৰা ভৰা ভাল পোৱা লোৱা উপহাৰ লোৱা চেনেহ চানেকি লোৱা ফুল জীৱনৰ যত আশা প্ৰণয়ৰ প্ৰিয় ভাষা সঁপিলে৷ ৰূপালী যমুনা ঢল বৈ যায় সুবিমল পিউ পিউ পাপিয়াৰ কেতেকীৰ সুধাধাৰ মধুময় বসন্তৰ প্ৰেমে প্ৰাণ জৰজৰ তোমাৰ পৰশ লাগি প্ৰভুলোৱঁ। উপহাৰ তোমাৰ পদমূল। ( 8 ) তীৰ্থ-যাত্ৰী জোনাকত জলমল ৰূপালী ৰহনে হাঁহি কুহু কুঁহু কোকিলৰ বতাহত আহে ভাঁহি সুখ শোভা মনোহৰ আহঁ৷ প্ৰিয় ৰসময় জীৱন উঠিছে জাগি জীৱনৰ সুধাধাৰ!