পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

আকাশ মৰ্ত্ত দিগ-দিগন্ত মাতৃ মন্ত্ৰে কৰি মুখৰিত মাতৃৰ পাশ ছিন্ন কৰহি তীৰ্থ যাত্ৰীৰ দল। (৬) of ভিক্ষ৷ কোন কত আছ জনমভূমিৰ ভকত, সন্তান আজি আইৰ পূজা হ’ব আহ লৈ আহ কোনে কি কৰিবি দান যাৰ আছে সোণ, যাৰ আছে ৰূপ আঁজলি ভৰাই আন যাৰ একো নাই দিয়ক মাথোন ব্যথিত হৃদয় দান। 2 তীৰ্থ-যাত্ৰী