পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

(8) বন্দনা নমো নমো নমো সাধনা দীপ্ত বীৰ কৰ্ম্মীৰ দল। নমো নমো যাৰ চৰণ পৰশে পূত ধৰণী তল॥ অত্যাচাৰ অসীম দহন অকথ্য অপমান। ক্ষুদ্ৰ মানৱৰ অসীম তাড়না তুচ্ছ কৰিল৷ জ্ঞান। হাতত নিগড়, ভতি শিকলি কত বিনিদ্ৰ ৰাতি, কাৰ৷ ৰক্ষীৰ কতনে৷ প্ৰহাৰ ল'ল৷ বীৰ মূৰ মাতৃৰ ভকত মাতৃৰ চকুলো ভাতৃৰ অনাহাৰ দেখি তুলি ল'ল৷ অহিংসা ব্ৰত স্বাধীনতা সাধনাৰ পয়ত্ৰিশ কৌটি ভাই-ভনীটিয়ে পাতি॥ গাই ভাৰতৰ জয়। সাগৰ খলকে পৃথিৱী চমকে গোৱঁ। মাতিৰিৰ জয়॥