পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

আমাৰ বিষম পণ পূৰ্ণ স্বাধীনতা লভিম লভিম আগত থৈ মৰণ॥ দুখৰ কৰুণ কথা (2) পণন গাম মাতিৰিৰ অমৰ ভাৰতী সন্তানৰ বীৰ গাঁথা॥ ভায়ে লগাব সুৰ ভনীসকলোৱে গাই যাব গীত মাতৃ প্ৰেমে ভৰপূৰ॥ যমৰ নিচিনা দূত, টাঙোনেৰে মাৰি মুৰ ফালি দিব দেহাত মাৰিব ‘বুট’ হৃদয়ৰ তেজ ব’ব সেই তেজ ধাৰা মাতৃ চৰণত সচন্দন ফুল হ’ব || মাতৃত মাগিম বৰ ক্ষমা দোষ আই মূৰুখ পুত্ৰৰ মূঢ়-মতি সন্তানৰ॥ অসীম যাতনা পাই হাঁহি মুখে গাম মাতিৰিৰ জয় (আই ঔ) তোৰে মুখলৈয়ে চাই॥