পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


অনায়াসে হৰিণীয়ে তিয়াগে হৰিণ,
তিয়াগেনে সতী তিৰী স্বামী হেন ধন
প্ৰাণে প্ৰাণে-গঁথ যাৰ হৃদয় অভিন?