পৃষ্ঠা:তাৰা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯১
৯১
তাৰা

তাৰ ৮১ মই হেৰুৱালে। শিশুতে তোৰ ভায়েৰ দুজনক হেৰুৱাইছো। এতিয়া ভাবিলে কি হব? ৰি বিষবৃক্ষ ৰোপণ কৰিছিলো তাৰ ফল ভোগ কৰিবই লাগিছে। [ প্ৰহৰী পৰিৱেষ্টিত ৰামসিংহ, দিলীৰ খাঁ আৰু আন আন মোগল বন্দীৰ লগত পালিত আৰু পুৰুববেশী তাৰাৰ প্ৰবেশ।] ৰজা--ৰামসিংহ, তুমি অবধ্য দূত নোহোৱা। তুমি এতিয়া বন্দী সেনাপতি--তোমাৰ মৃত্যু নিশ্চয়। সেই নিমিত্তে আন আন মোগল, বন্দীৰ লগত মৃত্যুৰ কাৰণে প্ৰস্তুত হোৱা। ৰাম-মহাৰাজ, যুদ্ধত জয় পৰাজয় অনিশ্চিত। মনত ৰাখিব আপোনা- লোকৰ জয় দৈবক্ৰমে হৈছে। যদিও যুদ্ধক্ষেত্ৰত হৃদয়হীন ৰাক্ষসৰ দৰে শত্ৰুক হত্যা কৰে। তথাপি পৰাজিত বন্দীক শান্ত , অৱস্থাত এনেকৈ অপমান নকৰে॥ ৰণত দেখিছে, মই কাপুৰু নহওঁ। এতিয়া মৰিবৰ সময়তো বীৰৰ দৰে অন্নান বদনে মৃত্যুক আলিঙ্গন কৰিম। আন অনি মোল- বীৰসকলে মৃত্যুৰ নিমিত্তে ভীত নহয়। কিন্তু মহাৰাজ, মৃৰ সময়ত এটি অনুৰোধ কৰে॥ [ তাৰালৈ আঙুলিয়াই ] মোৰ এই অনুচৰজনক মুক্তি দিয়ক। যদিও মাগল সেনা- পতিৰ অনুচৰ তথাপি ইয়াৰ জন্ম জয়পুৰ ৰাজ্যত। বিশেষত ই যুদ্ধত যোগ দিয়া নাই। জামই ইয়াক আগতে কৰবাত দেখা দেখিছিলো যেন পাওঁ। যুৱক, তোমাক মই মুক্তি দিলো। কিন্তু মোক এৰি আৰু যাব নোৱাৰা, পুত্ৰৰ তুল্য তোমাক পালন কৰিম। কিয় কব নোৱাৰে। তোমাক বুক সাৱটি ধৰি চুমা খাবলৈহে মন