পৃষ্ঠা:তাৰা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮৮
৮৮
তাৰা

৭৮ তাৰা ••* ** ***aa.. পাৰিলেহেঁতেন নে-যাক আহি কাৰৰক্ষীয়ে জগাব লগাত পৰিলহেতেন; তেতিয়া তাৰ অৱস্থা এনে সুখৰ ইল হয় যে পাৰিলে স্বয়ং কাৰাবক্ষীয়েও এনে বন্দীৰ লগত অৱস্থাৰ সালসলনি কৰিলেহেঁতেন। পালিত—নিশ্চয় বৰ সুখৰ অৱস্থা। কাঃ ৰা--তেনেহলে দুখৰ কথা এইটোৱেই যে যি বাটেৰে আপোনাক পুঠাম সেই বাটেৰে আৰু দুনাই আহিব নালাগে। আহিলে সেই বাটটোনো কেনে আমিও গম পালোঁহেঁতেন। কাৰণ সেই বাটেৰে যদিও আমি বহুত পথিকক পঠাওঁ তথাপি সেই বাটটো হলে আমাৰ সম্পূৰ্ণ অপৰিচিত। বন্দী, আন আন মোগল বশীৰ লগত মহাৰাজৰ ওচৰত তোমাৰ বিচাৰ হব। পালিত-বৰ সুখৰ কথা, কাৰণ অভিলবিত স্বাধীনতা পাবলৈ আৰু মোৰ বেছি সময় নাই। কাঃ বঃ -পালিত, ৰজাই নিশ্চয় তোমাক বাঞ্ছিত স্বাধীনতা দিব। পালিত—তেনেহলে মই তোমাৰ দাস হম। [ কাৰৰক্ষীৰ প্ৰস্থান।] পঞ্চম দৰ্শন অজয়সিংহব শিৱিৰ [ ৰচ, জয়, বিজয়, বিক্ৰমজিং, বিষয়াসকল আৰু অচৰবিলাক। ] ৰজা--তোমালোক মোৰ ওচৰত থিয় হোৱা। তোমালোকক ইৰে জয়পুৰৰ ৰক্ষাকৰ্তা কৰি পঠাইছে। মোৰ দুৰ্কপাল যে এই