পৃষ্ঠা:তাৰা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৫
৬৫
তাৰা

তা। (মাটিত বহি) মোৰ হলে বৰ ভাগৰ লাগিছে, উঠিবৰে মন যোৱা নাই। বিজয় (বহি) মোৰে ভাগৰ লাগিছে, লগে গে ভোকো লাগিছে। জয়-ৰাতিয়েই ৰন্ধা কিছুমান মংহ আছে। আগেয়ে তাকে খাওঁ আহা। অলপ সুস্থ হৈ ৰান্ধি ব.ঢ়ি খাম। বিক্ৰম-(গহ্বৰৰ ফালে চাই) বাছাইত, যত আছা ততে থাকা এই ফালে নাহিৰা; কিহবাই ৰ। মাংসবোৰ খাব লাগিছে। জয় কিনে হব, মোৰ মেকুৰীটোৱে হব পায়। বিক্ৰম-নহয় কোনোবা মানুহহে। [ তৰা গহ্বৰৰ পৰা ভয়ে ভয়ে ওলাই আহে।] তাৰ ডাঙৰীয়াসকল! মোৰ কোনো অন্যায় নকৰিব। ভোকত। থাকিব নোৱাৰিহে খাইছে॥ আগতে অপোনালোেক মাতিছিলো। মই হলে একো চুৰ কৰা নাই-নকৰোঁও। আপোনাসকলৰ গহ্নৰ যদি ধন-সোণেৰে ভৰি আছে তথাপি মই তাক হাতেৰে ছোৱা নাই। এয়া আপোনাসকলৰ মঙহৰ বেচ। আপোনাসকল নহা হলে ইয়াতে থৈ গলেহেঁতেন। জয়--কি আমাক ধন দিব খুজিছা, ই বৰ লাজৰ কথা। আমাক তেনে বুলি নাভাবিব। তাৰ-বাৰু দোষ কৰিছে। ৰদি মা খুজিছে! আপোনাসকলৰ খং আপোনাসকলৰ নোখোৱা হলে মই ইমানপৰে মৰিলেহেঁতেন। বিক্ৰম--তুমি কলৈ যাবা? তাৰ দিল্লীলৈ। বিক্ৰ--তোমাৰ নাম কি? উঠিছে?