এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪৫
৪৫
তাৰা
তাৰ ৩ কিমান সুখৰ সপোন দেখিছিলো, পাপীয়াসী! তই সকলোকে চুৰমাৰ কৰি পেলালি। জীৱনত আৰু মায়া মোহ নাই। সংসাৰ মোৰ পক্ষে মৰুভূমি, হৃদয় শক্তিহী! শান্তি? কত পাম শান্তি? ( অলপ ভাবি) আত্মহত্যা – নহয়, কেতিয়াও নহয় কাপুৰুষৰ দৰে প্ৰাণ নেৰো। প্ৰতিশোধ, প্ৰতিশোধ। তোৰ প্ৰাণ নাশ ভিন্ন মাৰ শান্তিৰ আশা নাই। মৃত্যুয়েই শ্ৰেয়। তই জীয়াই থাকিলে আৰু বহুতৰ অন্যায় কৰিবি মোৰ এই উত্তপ্ত হৃদয়ৰ শোকাগ্নি মাবৰ একমাত্ৰ উপায় তেজ • ••••তেজ•••••তেঙ্গ তেজ।•••••• [ পগলাৰ দৰে বেগেৰে প্ৰস্থান।] ঐক্য তান
- :