পৃষ্ঠা:তাৰা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৯
২৯
তাৰা

তাৰ পাবি। বাবে এই ঘৃণিত কুকুৰৰ কথা শুনি নিজক কলঙ্কিত কৰিলো। চন্দন! চন্দন! ৰ নৰাধম! এতিয়াই ইয়াৰ উপযুক্ত শাস্তি গঘৰত আহি নিদ্ৰিত সিংহিনীক জালি। পিতাৰ আগত কৈ নিশ্চয় তোক ইয়াৰ উপযুক্ত শাস্তি দিয়াম। তোৰ মুখ দেখিলে ও পাপ হয়। ধূৰ্ত, নাজাননে হিন্দু ৰমণীৰ স্বামীয়েই সৰ্বস্ব, সতেই হওক, অসতেই হওক তেওঁক এৰি আনক সেৱা নকৰে। [ যাব খোজে।] নিলীৰ আঠুকাঢ়ি ) ৰাজকুৱৰী, ক্ষমা কৰক। তপোনাৰ মনৰ ভাৱ আৰু মোৰ বন্ধু পাণিতৰ প্ৰতি আপোনাৰ অনুৰাগ জানিবৰ বাবেই অজি এই পৰীক্ষা কৰিলে। তাজি আপোনাৰ নিচিনা সতীৰ মুখ দেখি মোৰো পূণ্য হল। পালিত ধন্য তুমি। বন্ধু, এইখিনিতে তোমাৰ ওচৰত হাৰ এনে পত্নী সকলোৰে ভাগ্য ত নিশিলে। আপুনিয়েই তেওঁৰ বোগ্য পত্নী। আপোনাৰ পে; পাবলৈয়ে মই এইখিনি মিছা কথা কলে॥ তেওঁৰ চৰিত্ৰ নিকল। ৰাজকুৱঁৰী, মোৰ অপৰাধ মাৰ্জনা কৰিব। তাৰা-- বিদেশী! সতী ৰাণীৰ সন্মুখত পৰীক্ষা কৰিবলৈ হলেও এনে কথা কোৱা অনুচিত। তোমাক মই মোৰ স্বামীৰ বন্ধু বুলি মাৰ্জনা কৰিলে, নহলে ইয়াৰ সমুচিত দণ্ড পালেহেঁতেন। দলীৰ-ৰাজকুৱৰী, শান্ত হওক। আপোনাৰ স্বামীৰ কথা কি কম? ৰূপেগুণে তেওঁ যেনিবা এজন শাপভ্ৰষ্ট দেৱকুমাৰহে। তেওঁৰ নিচিনা সুপুৰুষ সহজতে পোৱা নাযায়। তেওঁক মই ভাইৰ দৰেই মৰম কৰে, সেই নিমিত্তেই আপোনাক পৰীক্ষা কৰিলে॥ মোৰ মনৰ সজ ইচ্ছালৈ চাই যেন অপৰাধ যেন মাৰ্জনা কৰে। মানিনা।