পৃষ্ঠা:তাৰা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩০
৩০
তাৰা

তৰা ২. তাৰ-বৰু, যি হল হল, সেই বিষয়ে আৰু একোকে নকব। আপোনাৰ মই কি উপকাৰ কৰিব পাৰোঁ? দিলীৰ-- অলপ ভাবি স্বগত) বাৰু আন উপায়ে পৰীক্ষা কৰি চোৱা ওক। ( প্ৰকাশ্যে) ঠিক মনত পৰিল। পাহৰিছিপেঁৱেই। ভাৰা—কি? দিল--মোৰ হাতত এটি বৰ বহুমূলীয়া বস্তু আছে। সেইটা আমি মোঃ ল বাদাকে জৰ দিওঁ বুলি আনিছো। হাত আপোনাৰ স্বাৰে বোগ আছে। যদি তনুগ্ৰহ কৰি আপুনি বস্তুটি থৈ দিয়ে তেন্তে নিশ্চিন্ত হব পাৰিলোহেঁতেন। তৰা - আদৰেৰে ৰাখিম। মোৰ স্বামীৰো অংশ আছে। মোৰ শেৱন ঘৰত থৈ দিম। নীলিৰ-- (স্বগত) তেনেহলে নিশ্চয় কাৰ্য্য সিদ্ধি হব। ( প্ৰকাশ্যে ) মই এজন বন্ধুৰ ঘৰত থাকি। পেৰাটো লগুৱাটো হাত দি পঠাওঁগৈ। ৰাতিপুৱাই ইয়াৰ পৰাই যাম। পালিতলৈ কিব। চিঠি দিয়ে বলি লিখি থব। তাৰ- কালিপুৱাই আপোনাৰ ওচৰলৈ চন্দনৰ হাতত দি পঠান! দিনী--তেন্তে এতিয়া আহোঁহে। [ প্ৰস্থান। টাৰ :- আজি বহুত দিনৰ মূৰত স্বামীৰ খবৰ পাই বৰ সুখ পালে! কিন্তু মানুহজনৰ দুষ্ট অভিপ্ৰায় দেখি বিচুৰ্তি হৈছে, ইয়ে বোলে পালিতৰ বন্ধু। প্ৰকৃত বন্ধুনে? ইয়াৰ ওপৰত সন্দেহ জন্মিছে। পালিতৰতো একো অমঙ্গল হোৱা নাই। প্ৰাণেশ্বৰ! কেতিয়া তোমাক দেখা পাম? এই ৰাজপুৰীননা আৰু কিমান কষ্ট হি। ঐক্যতান