পৃষ্ঠা:তাৰা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৬
২৬
তাৰা

তাৰ ১৬ চন্দন---আইদেউ, এওঁ দিল্লীৰ এজন সম্ভ্ৰান্ত মানুহ, দেউতাৰ এখন। চিঠি লৈ আহিছে। দিলীৰ-ৰাজকুৰী, চিন্তা দূৰ কৰক। প্ৰিয় বন্ধু পালিত নিৰাপদে আছে আৰু এয়া চিঠি দিছে। ( চিঠি দিয়ে ) তাৰ —- ডাঙৰীয় , বৰ সুখী হলো। চিঠি পঢ়ে ) দিলীৰ--( স্বগত) এনেকুৱা সুৰীতে। আৰু কতো দেখা নাই। এৰ বাহ্যিক সৌন্দৰ্য্য যেনে অনুপম পৱিত্ৰ, অন্তৰে যদি তেনে হয়, তেনেহলে এৱেই স্বৰ্গব অগৰী, আৰু ম য়। বাজিত টিলে॥ দু'সাহ! এতিয়া মোৰ সহায় হ। পাপ! ভৰিৰ পৰা মূৰলৈ মোক আগুৰি ধৰ। যদিও মনোবা। সিদ্ধি হোৱাৰ আশা নাই তথাপি চেষ্টা কৰাত দোষ কি? এনেয়ে পলাই যোৱাতকৈ ঘুজ ত প্ৰাণ দিয়াই শ্ৰেয়। তাৰ—ডাঙৰীয়া, পালিতে আপোনাৰ বিষয়ে লিখিছে। “এওঁ এজন শিল্পী সম্ভ্ৰান্ত মানুহ, আৰু ৰাজ কৰ্মচাৰী। বহু দয়ৰ বাবেই মই তেওঁৰ ওচৰত ঋণী। মোৰ কথা মনত কৰিও এওঁৰ লগত ভাল ব্যৱহাৰ কৰিব”। ডাঙৰীয়, আপোনাৰ মই কি কৰিব পাৰে? দিলীৰ ৰাজবাৰী, আপোনাব অনুগ্ৰহৰ বাবে মই ঋণী। (মনে মনে) নানুহবোৰ পগলা নেকি? প্ৰকতিয়ে কেৱল এওঁৰ মাধুৰ্য্য উপভোগ কৰিবৰ কাৰণেহে এই চকু দিছেনে? কি আচৰিত! সেই চকুৰে হলে কোনটো ভাল কোনটো বেয়। ঠিক কৰিব নোৱাৰি। তাৰা ডাঙৰীয়া, কি ভাবিছে? দিলীব--সেই মানুহবোৰে বৃণিত অদম্য উপভোেগ ইচ্ছা শক্তি অভিভূত হৈ ৰাজহঃসক এৰি কাউৰীৰ সঙ্গসুখ উপভোগ কৰিবৰ নিমিত্তে ব্যস্ত হয়।