পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹

প্ৰৱন্ধটি জার্ম্মান দার্শনিক পলচেনৰ পৰা সঙ্কলন কৰা হৈছে । শ্ৰীযুত সােণাৰাম চৌধুৰীয়ে অনুগ্ৰহকৈ পুথিৰ প্রুফ চাই দিছে। গতিকে সৰল চিতেৰে সকলােৰে শলাগ লােৱা হল। ইতি

 

গুৱাহাটী,
১ । ৭ । ২৫

বিনীত
শ্ৰীসর্ব্বেশ্বৰ শৰ্ম্মা কটকী।